20+ apps and website for your daily use - in Assamese

দিনটোৰ বিভিন্ন সময়ত ব্যৱহাৰ হৈ থকা কিছুমান কম খৰচী কিন্তু বঢ়িয়া কাম দিয়া সঁজুলিসমূহ -

General Information in Assamese Language


20+ must have Android apps for your daily use - in Assamese


1. অসমী এপ (Axomi app) - মোবাইলতে ব্যৱহাৰ কৰিব পৰা অসমীয়া অভিধান।


2. লাচিত ৰূপান্তৰক (Lachit Converter) - ইউনিক’ডৰ পৰা গীতাঞ্জলিলৈ আৰু গীতাঞ্জলিৰ পৰা ইউনিক’ডলৈ ৰূপান্তৰ কৰা সঁজুলি৷


3. লাচিত বৰ্ণাশুদ্ধি নিবাৰক (Lachit SpellChecker) - অসমীয়া বানান শুদ্ধ কৰিবলৈ।


সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
জইন হ'বলৈ ইয়াত ক্লিক কৰক

4. Grammarly Premium - ইংৰাজী লিখোঁতে ব্যাকৰণ ঠিক কৰিবলৈ।


5. Canva Pro - গ্ৰাফিক্সৰ কাম কৰিবলৈ, লাইভ কেইবাজনেও একেলগে কাম কৰিবলৈ বহুত বঢ়িয়া।


6. Google Drive - দৰকাৰী ফাইল ক্লাউডত সাঁচি ৰাখিবলৈ আৰু কেইবাজনে মিলি অনলাইনত একেলগে লাইভ হিচাপে কাম কৰিবলৈ ।


7. Digital Wellbeing বা সেইটো যদি মোবাইলত নাই তেন্তে YourHour Premium - মোবাইলটো দিনটোত ক’ত ক’ত কিমান সময় ব্যৱহাৰ কৰিছে, আৰু কোনটো এপত ব্যৱহাৰ কমাব পাৰি তাৰ উপযোগী এপ।

Image source- pixabay.com


8. Cube ACR Pro - Google Dialer থকা সকলে এইটো ব্যৱহাৰ কৰিব পাৰে ‘কল ৰেকৰ্ডিঙ’ৰ।


9. Proton Mail - Secured মেইলৰ বাবে।


10. VFlat - স্কেনাৰ এপ য’ত দুটা পৃষ্ঠা একেলগে স্কেন কৰিব পাৰি আৰু Camscanner ত থকাৰ দৰে কোনো ‘ৱাটাৰমাৰ্ক’ নাথাকে তথা বিজ্ঞাপনমুক্ত৷


11. YouTube Vanced - বিজ্ঞাপন নহাকৈ ইউটিউব চলাবলৈ বঢ়িয়া আৰু ডাটা কিনা বেচা নহয়।


12. Droid Cam - যিকোনো কম্পিউটাৰৰ webcam ত কৈ লাখ গুণ ভাল, কিয়নো মোবাইলটোক webcam হিচাপে ব্যৱহাৰ কৰিব পাৰি।


13. Transfernow.ne অথবা We Transfer - যিকোনো ডাঙৰ ফাইল পঠিয়াবলৈ। আনকি মেইলত বা গুগুল ড্ৰাইভত পঠিয়াব নোৱাৰা .exe ফাইলো পঠিয়াব পাৰি৷


14. edX - বিভিন্ন বিষয়ৰ কোৰ্চ লবলৈ ।


15. SciHub - গৱেষণা সম্পৰ্কীয় কামত বিশেষ ভাবে সহায় হয়।


16. PDFdrive - বহুখিনি কিতাপৰ pdf বিনামূল্যে পোৱা যায়।


17. Archive.org - ইণ্টাৰনেটৰ তথ্যৰ গুদাম ঘৰ বুলি কব পাৰি!


18. Your Phone - Mac আৰু iPhone ত থকা Hand off  সুবিধাৰ দৰে এটা seamless use


19. Google Keep Notes - যিকোনো নোট লিখিবলৈ৷ মবাইল আৰু লেপটপত Sync হৈ থাকে ।


20. Blogger app - ব্ল'গ লিখিবলৈ সহজ৷ আনকি পি.চি. ত কৈও সহজ৷


পঢ়িব পাৰে- হিৰোচিমা আৰু নাগাচাকি


21. Todo List app - কৰিবলগীয়া সকলো কাম ইয়াত লিখি ৰাখক৷ এপটোৱে আপোনাক সময়ত মনত পেলাই দিব৷


22. Assamese Calendar app - অসমীয়া দিন, বাৰ, তিথি, নক্ষত্ৰ, উল্লেখনীয় দিন বা দিনপঞ্জীত পাব পৰা সকলোখিনি প্ৰয়োজনীয় তথ্যই আপুনি ইয়াত পাব৷


23. Swayam - আপুনি যদি বিভিন্ন ধৰণৰ পাঠ্যক্ৰম আদি কৰি ভাল পায়, এই সেৱাৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিব৷


24. MS Onenote - নোটসমূহ সাঁচি ৰাখিবলৈ, শ্বেয়াৰ কৰিবলৈ অথবা ডায়েৰী হিচাপেও ব্যৱহাৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি৷ ইয়াৰ বাবে আপোনাৰ এটা মাইক্ৰচ'ফ্ট একাউণ্ট লাগিব৷ মই মিটিঙৰ কাৰ্য্যবিৱৰণী আদি লিখিবলৈও ইয়াক ব্যৱহাৰ কৰোঁ৷

information source - অসমীয়াত কথা বতৰা

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।