(১৭ ছেপ্টেম্বৰ) আজিৰ দিনটোৰ উল্লেখযোগ্য ঘটনা সমূহ

History of the Day in the Assamese Language


১৭ ছেপ্টেম্বৰ (17 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬০তম (অধিবৰ্ষত ২৬১তম) দিন। বছৰ শেষ হ'বলৈ ১০৫ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:


আজিৰ দিনটোৰ উল্লেখযোগ্য ঘটনা সমূহ

  • ১৮২৬ চনৰ এই দিনটোতে জাৰ্মান গণিতজ্ঞ বাৰ্নহাৰ্ড ৰিমানৰ জন্ম হৈছিল।
  • ১৯৫০ চনৰ এই দিনটোত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম হৈছিল।
  • ১৯৫১ চনৰ এই দিনটোত অসমৰ কণ্ঠশিল্পী চাৰু গোহাঁইৰ জন্ম হৈছিল।
  • ১৯৮৬ চনৰ এই দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ জন্ম।
  • ২০১৮ চনত এই দিনটোতে ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰে প্ৰথম গৰাকী মহিলা আন্না ৰাজম মলহোত্ৰা মৃত্যু হয় (জন্ম: ১৯২৭)।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।