(১৬ ছেপ্টেম্বৰ) আজিৰ দিনটোৰ উল্লেখযোগ্য ঘটনা সমূহ

History of the Day in Assamese Language

১৬ ছেপ্টেম্বৰ (16 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৯তম (অধিবৰ্ষত ২৬০তম) দিন। বছৰ শেষ হ'বলৈ ১০৬ দিন বাকী থাকে। (History of the Day in Assamese Language)


সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
জইন হ'বলৈ ইয়াত ক্লিক কৰক


আজিৰ দিনটোৰ ইতিহাস

  • ১৯৪০ চনৰ আজিৰ দিনটোতে আমেৰিকাত ২১-৩৫ বছৰীয়া পুৰুষসকলক সৈন্য-বাহিনীত যোগদান কৰাটো বাধ্যতামূলক কৰা হয়।
  • বিশ্বৰ প্ৰথমখন চিনেমা স্কোপ ছবি দা ৰোব আমেৰিকাৰ ৰক্সি থিয়েটাৰত প্ৰদৰ্শিত হয় ১৯৫৩ চনৰ আজিৰ দিনটোতে।
  • ব্ৰিটিছ ৰাষ্ট্ৰদূত টমাছ ৰো ভাৰতৰ চুৰাটত উপস্থিত ১৬১৬ চনৰ আজিৰ দিনটোতে। ইংলেণ্ডৰ ৰজা জেমছৰ দূত হিচাপে মোগল সম্ৰাট জাহাংগীৰৰ ৰাজত্ব কালত তেওঁ ভাৰতত কাৰ্যনিৰ্বাহ কৰে।
  • ১৭৩৬ চনৰ আজিৰ দিনটোতে জাৰ্মান পদাৰ্থ-বিজ্ঞানী গেব্ৰিয়েল ডেনিয়েল ফাৰেনহাইটৰ মৃত্যু হয়।
  • মেলেৰিয়াৰ ৰোগ-বীজাণুৰ আৱিষ্কাৰ ভাৰতজাত নোবেল জয়ী চিকিৎসা-বিজ্ঞানী ৰোনাল্ড ৰছৰ মৃত্যু হয় আজিৰ দিনটোতে।


দিৱস (১৬ ছেপ্টেম্বৰ)

  • ১৮২১ চনৰ আজিৰ দিনটোতে মেক্সিকোৰ স্বাধীনতা লাভ।
  • পাপুৱা-নিউগিনিৰ আজি স্বাধীনতা দিৱস (১৯৭৫)।
  • আজি বিশ্ব অ’জ’ন দিৱস।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।