(১৫ ছেপ্টেম্বৰ) আজিৰ দিনটোৰ উল্লেখযোগ্য ঘটনা সমূহ

Today's History in Assamese Language


১৫ ছেপ্টেম্বৰ (15 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৮তম (অধিবৰ্ষত ২৫৯তম) দিন। বছৰ শেষ হ'বলৈ ১০৭ দিন বাকী থাকে। [Today's History]


(১৫ ছেপ্টেম্বৰ) আজিৰ দিনটোৰ ইতিহাস


সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
জইন হ'বলৈ ইয়াত ক্লিক কৰক


  1. ১৮৩০ - আনুষ্ঠানিক ভাৱে ৰে'ল যুগৰ আৰম্ভণিৰ কথা ঘোষণা, জৰ্জ ষ্টিফেনচনে নিৰ্মাণ কৰা ৰকেট নামৰ ইঞ্জিনটোৱে টনা ভাপচালিত ৰে'লগাড়ীৰ চলাচল আৰম্ভ আৰু পথ পৰিবহণৰ ইতিহাসত এটা নতুন যুগৰ সূচনা।
  2. ১৯১৬ - প্ৰথম বিশ্বযুদ্ধৰ 'ফ্লেৰ্চ-কৰ্চেলেটৰ যুদ্ধত' যুদ্ধত প্ৰথম বাৰৰ বাবে ব্ৰিটিছ সেনাৰ দ্বাৰা টেংকৰ ব্যৱহাৰ।
  3. ১৯৫৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ দিল্লীত পোন প্ৰথমবাৰৰ বাবে টেলিভিছনৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ।
  4. ১৯৮৯ - চনৰ আজিৰ দিনটোতে ব্ৰৰছন মেটকাফ নামৰ ধূমকেতু এটাৰ সূৰ্যৰ পৰা ৮৬০ লাখ কিঃমিঃ দূৰত অৱস্থান।
  5. ২০০১ - আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ ধ্বংসৰ মূল নায়ক ৰূপে অভিযুক্ত ওছামা বিন লাডেন, তালিবান শাসিত আফগানিস্তানত আমেৰিকাই যুদ্ধ ঘোষণা।
  6. ২০০৮ - ভাৰতীয় ব্যংগ সংবাদ বা প্ৰহসনমূলক সংবাদৰ ৱেবছাইট ফেকিং নিউজ আৰম্ভ।


দিৱস (১৫ ছেপ্টেম্বৰ)

  1. অভিযন্তা দিৱস - ভাৰত
  2. সঞ্চয়িকা দিৱস
  3. গণতন্ত্ৰ দিৱস - ৰাছিয়া
  4. আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱস - আন্তঃৰাষ্ট্ৰীয়
  5. বিশ্ব লিম্ফ'মা সজাগতা দিৱস - আন্তঃৰাষ্ট্ৰীয়

Post a Comment

0 Comments