আপুনি জানেনে AK-47 সম্পূৰ্ণ নাম কি? আৰু ইয়াক কোনে কেতিয়া আবিষ্কাৰ কৰিছিল ?

AK-47 সম্পূৰ্ণ নাম কি?

AK-47 সম্পূৰ্ণ নাম হৈছে "Avtomat Kalashnikova" একেটাই নাম কিছুমানে ইয়াক Automatic Kalashnikova বুলিও কয়, কিন্তু প্ৰকৃত নাম Avtomat Kalashnikova এইটো এটা ৰাছিয়ান ভাষাৰ শব্দ।

Image source: pixabay.com


AK-47 কোনে কেতিয়া আবিষ্কাৰ কৰিছিল ?

ৰাছিয়ান ভাষাত Avtomat শব্দ অৰ্থ হৈছে Automatic আৰু Kalashnikova অৰ্থ হৈছে যিজন ব্যক্তিয়ে নিৰ্মাণ কৰিছিল তেওঁৰ Last name : Kalashnikova । আৰু নিৰ্মাণকাৰীজনৰ সম্পূৰ্ণ নাম হৈছে Mikhail Kalashnikova (47 refers to the year it was finished) । 

  • ১৯৪৫ চনৰ পৰা AK-47 নিৰ্মাণ কাম আৰম্ভ কৰে, ১৯৪৬ চনত AK-47 চৰকাৰী ভাবে পৰীক্ষণ কৰে আৰু ১৯৪৮ চনৰ পৰা ব্যৱহাৰ ক্ষেত্ৰত চোভিয়েট সেনাৰ হাতত তুলি দিয়ে।
  • ১৯৪৯ চনৰ পৰা ব্যৱসায়িক ভিত্তিত অন্য দেশত যোগান ধৰে।
  • ২০১৩ চনৰ ২৩ ডিচেম্বৰ তাৰিখে ৰাছিয়াৰ আধুনিক অস্ত্ৰ আবিষ্কাৰক (AK-47) "Mikhail Kalashnikova" ৰ মৃত্যু হয়।

Mikhail Kalashnikova জীৱন কালত সৰু-বৰ ১৫০ বিধ অস্ত্ৰ নিৰ্মাণ কৰিছিল তাৰে ভিতৰত -

  • AK-47
  • AKM
  • AK-74 / AKS-74U / AK-74M / AKS-74
  • AK-101 / AK-102
  • AK-103 / AK-104
  • AK-105
  • AK-12
  • RPK / RPK-74
  • PK / PKM / PKP
  • Saiga semi-automatic rifle আদি।


(defence exam বাবে এইটো প্ৰয়োজনীয় তথ্য)

উৎস: https://www.facebook.com/100003790861231/posts/1932923616843982

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।