Assamese Questions and Answer || GK in Assamese

We think that these 10 questions will help you in increasing your general knowledge. These questions are especially beneficial for all competitive exam candidates. These are beneficial for the candidates of various examinations like Assam Police, APSC, SSC, Indian Army, Indian Air Force, Indian Navy etc. We urge all of them to visit this website at least once a day to increase their results.

সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
জইন হ'বলৈ ইয়াত ক্লিক কৰক


Assamese Questions and Answer || GK in Assamese


Assamese Quiz and Answer

Q1. নামঘোষা কোনে লিখিছিল?

Answer: মাধাবদেৱ


Q2. জোনাকী নামৰ অসমীয়া আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল?

Answer: চন্দ্ৰকুমাৰ আগৰৱালা


Q3. WWW ৰ সম্পূৰ্ণ অৰ্থ কি?

Answer: World Wide Web


Q4. উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হবলৈ এজন ব্যক্তিৰ নিম্নতম বয়স কিমান হব লাগিব?

Answer: ৩৫ বছৰ


Q5. RAW ৰ সম্পূৰ্ণ অৰ্থ কি?

Answer: Research and Analysis Wing


Q6. হৰপ্পা সংস্কৃতি কিহৰ বাবে বিখ্যাত আছিল?

Answer: নলা- নৰ্দমা পদ্ধতিৰ বাবে


Q7. অসমৰ প্ৰথম মহিলা বিত্ত মন্ত্ৰী কোন?

Answer: অজন্তা নেওগ


Q8. CCTV ৰ সম্পূৰ্ণ অৰ্থ কি?

Answer: Closed Circuit Television


Q9. পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোন?

Answer: নীল


Q10. ISRO ৰ সম্পূৰ্ণ অৰ্থ কি?

Answer: Indian Space Research Organization

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।