Assamese Quiz and Answer || GK in Assamese

We think that these 10 questions will help you in increasing your general knowledge. These questions are especially beneficial for all competitive exam candidates. These are beneficial for the candidates of various examinations like Assam Police, APSC, SSC, Indian Army, Indian Air Force, Indian Navy etc. We urge all of them to visit this website at least once a day to increase their results.

সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
জইন হ'বলৈ ইয়াত ক্লিক কৰক


Assamese Quiz and Answer || GK in Assamese


Assamese Quiz and Answer

Q1. ভাৰতৰ কোন খন নদীক ‘বংগৰ দুখ’ বুলি জনা যায়?

Answer: দামোদৰ নদীক


Q2. কোন মহাসাগৰত ‘বাৰ্মুডা ত্ৰিভুজ’ অৱস্থিত?

Answer: আটলান্টিক মহাসাগৰ


Q3. ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো?

Answer: লক্ষদ্বীপ


Q4. পদ্ম শ্ৰী বঁটা লাভ কৰা অসমৰ প্ৰথম গৰাকী মহিলা কোন?

Answer: অমলপ্ৰভা দাস


Q5. এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ পদত্যাগ পত্ৰ কাক প্ৰদান কৰে?

Answer: ৰাজ্যখনৰ ৰাজ্যপালক


Q6. ৱৰ্ল্ড ৱাইড ৱেব (WWW) কেতিয়া সৃষ্টি কৰা হৈছিল?

Answer: ১৯৮৯ চনত


Q7. বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

Answer: ২০০৩ চনত


Q8. শংকৰ-মাধৱৰ সাক্ষাৎকাৰ হোৱা ঠাইখনৰ নাম কি আছিল?

Answer: বেলগুৰি


Q9. প্ৰথম অসমীয়া ব্যাকৰণ নাম কি?

Answer: গ্ৰ্যামাৰ অব আছামিছ লেংগুৱেজ


Q10. অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক?

Answer: ডিব্ৰুগড়

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।