General knowledge Quiz in Assamese

General knowledge Quiz in Assamese

General knowledge Quiz in Assamese



১) ভাৰতবৰ্ষৰ সংবিধানখন পোন প্ৰথমে কেতিয়া গৃহীত কৰা হৈছিল?

উ:- ১৯৪৯ চনৰ ২৬ নৱেম্বৰ।


২) ভাৰতবৰ্ষৰ সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়?

উ:- ১৯৫০ চনৰ ২৬ জানুৱাৰী ।


৩) ভাৰতবৰ্ষৰ সংবিধানৰ পিতৃ বুলি কাক জনা যায়?

উ:- ড' ভীমৰাও আম্বেদকাৰ ।


৪) সংবিধান দিৱস কিমান তাৰিখে পালন কৰা হয়?

উ:- ২৬ নৱেম্বৰ ।


৫) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান?

উ:- ৫ বছৰ ।


৬)ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাত কিমানজন সদস্য মনোনীত কৰিব পাৰে?

উ:- ১২ জন ।


৭) ৰাষ্ট্ৰপতিয়ে লোকসভাত কিমানজন সদস্য মনোনীত কৰিব পাৰে?

উ:- ২ জন ।


৮) বৰ্তমান ভাৰতবৰ্ষৰ সংবিধানত সন্নিবিষ্ট মৌলিক অধিকাৰৰ সংখ্যা কিমান?

উ:- ৬ টা ।


৯) কিমান তম সংবিধান সংশোধনীৰ দ্বাৰা সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা আতৰ কৰা হয়?

উ:- ১৯৭৮ চনৰ ৪৪ তম সংবিধান সংশোধনীৰ দ্বাৰা।


১০) বৰ্তমান ভাৰতবৰ্ষৰ সংবিধানত সন্নিবিষ্ট মৌলিক কৰ্তব্যৰ সংখ্যা কিমান?

উ:- ১১ টা ।


All information provided is collected from various sources. In case any errors are found, inform the author. Also, we (WWW.ASSAMESEGK.INFO) have no legal responsibility for any of the information provided here. Here, all information is provided for educational purposes without any legal use.

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।