ভাৰতৰ প্রথম মহিলা - India's first woman [in Assamese Language]

India's first woman [in Assamese Language]
Image source: pixabay.com


    সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
    জইন হ'বলৈ ইয়াত ক্লিক কৰক


  1. ভাৰতৰ প্রথম মহিলা ৰাষ্ট্রপতি — প্রতিভা পাটিল।
  2. ভাৰতৰ প্রথম মহিলা প্রধানমন্ত্রী — ইন্দিৰা গান্ধী।
  3. ভাৰতৰ প্রথম মহিলা ৰাজ্যপাল — সৰোজিনী নাইডু।
  4. ভাৰতৰ প্রথম মহিলা মুখ্যমন্ত্রী — সুচেতা কৃপালিনী।
  5. ভাৰতৰ প্রথম মিছ ওয়ার্ল্ড — ৰীতা ফাৰিয়া।
  6. ভাৰতৰ প্রথম মিছ ইউনিভাৰ্চ— সুস্মিতা সেন।
  7. ভাৰতৰ প্রথম মিছ এছিয়া পেচিফিক — জিনাত আমন।
  8. ভাৰতৰ প্রথম মিছ ইন্টাৰকন্টিনেন্টাল — লাৰা দত্ত।
  9. ভাৰতৰ প্রথম মহিলা মিচেছ ওয়ার্ল্ড — অদিতি গোয়িত্রিকাৰ।
  10. ভাৰতৰ প্রথম মিছ আর্থ — নিকোলে ফাৰিয়া।
  11. ভাৰতৰ প্রথম মহিলা নোবেল বিজয়ী — মাদাৰ টেৰেছা ।
  12. ভাৰতৰ প্রথম মহিলা স্নাতক —  চন্দ্রমুখী বসু।
  13. ভাৰতৰ প্রথম মহিলা স্নাতক (অনার্স) — কামিনী ৰায়।
  14. ভাৰতৰ প্রথম মহিলা ট্রেন চালক — সুৰেখা যাদব।
  15. ভাৰতৰ প্রথম মহিলা আইনজীবী — কর্নেলিয়া সোৰাবজী।
  16. ভাৰতৰ প্রথম মহিলা প্রধান বিচাৰপতি (হাইকোর্ট) — লেয়লা চেঠ।
  17. ভাৰতৰ প্রথম মহিলা বিচাৰপতি (সুপ্রিম কোর্ট) — এম. ফতিমা বিবি।
  18. ভাৰতৰ প্রথম ইংলিছ চেনেল জয়ী মহিলা  — আৰতি সাহা।
  19. ভাৰতৰ প্রথম মহিলা কেবিনেট মন্ত্রী — ৰাজকুমাৰী অমৃতা কৌৰ ।
  20. ভাৰতৰ প্রথম মহিলা স্পিকাৰ (লোকসভা) — মীৰা কুমাৰ ।
  21. ভাৰতৰ প্রথম এভাৰেষ্ট বিজয়ী মহিলা — বাচেন্দ্রী পাল।
  22. ভাৰতৰ প্রথম মহিলা গ্র্যান্ডমাস্টাৰ (দাবা) — কোনেৰু হাম্পি।
  23. ভাৰতৰ প্রথম মহিলা IAS অফিচাৰ — ঈশা বসন্ত যোশী।
  24. ভাৰতৰ প্রথম মহিলা IPS অফিচাৰ — কিৰন বেদী।
  25. ভাৰতৰ প্রথম মহিলা অলিম্পিক ইভেন্ট ফাইনালিস্ট — পি. টি. উষা।
  26. ভাৰতৰ প্রথম মহিলা ৰেলমন্ত্রী — মমতা বেনার্জী।
  27. ভাৰতৰ প্রথম মহিলা পাইলট (এয়াৰ ফোর্স) — হকিতা কৌৰ দেওল।
  28. ভাৰতৰ প্রথম এছিয়ান গেমছ স্বৰ্ণ পদক বিজয়ী মহিলা - কমলজিৎ সাঁধু।

Post a Comment

0 Comments