অসম টেট পৰিক্ষাৰ বাবে কেইটামান প্ৰয়োজনীয় প্ৰশ্নোত্তৰ

questions and answers for Assam TET 2022


Some of the required questions and answers for Assam TET 2022


সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
জইন হ'বলৈ ইয়াত ক্লিক কৰক


1. প্রথম ধৰিত্ৰী দিৱস কোন চনত পালন কৰা হৈছিল ?

উত্তৰ: ১৯৭০ চনত


2. বায়ু ( প্ৰদূষণ প্রতিৰােধ আৰু নিয়ন্ত্রণ ) আইন ’ কেতিয়া প্রণয়ন কৰা হৈছিল ?

উত্তৰ : ১৯৮১ চনত ।


3. “ বিশ্ব পৰিবেশ দিৱস ’ কেতিয়া পালন কৰা হয় ?

উত্তৰ : ৫ জুন ।


4. সেউজীয়া উদ্ভিদত থকা পদার্থবিধৰ নাম কি ?

উত্তৰ: ক্ল ’ৰফিল


5. উদ্ভিদে সালােকসংশ্লেষণ প্রক্রিয়াত কি গেছ ব্যৱহাৰ কৰে ? 

উত্তৰ: কার্বন - ডাই - অক্সাইড


6. অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱৰ ফলত কি মাত্মক ৰােগ হ ' ব পাৰে ?

উত্তৰ: ছালৰ কৰ্কট ৰােগ


7. শিলৰ পৰা মাটিৰ সৃষ্টি হােৱা প্রক্রিয়াটোক কি বােলা হয় ?

উত্তৰ: বিচূর্ণীভবন


8. কোনপ্রকাৰৰ অৰণ্যত আটাইতকৈ বেছি জৈৱ - বৈচিত্র্য দেখা যায় ?

উত্তৰ: বৰ্ষাৰণ্য


9. এজন সুস্থ মানুহক দৈনিক গড়ে কিমান কেলৰি শক্তিৰ প্রয়ােজন ?

উত্তৰ: ২৫০০ কেলৰি (পুৰুষ) 

          ২০০০ কেলৰি (মহিলা)


10. পৃথিৱীৰ কোনখন মহাদেশত বনাঞ্চল ধ্বংস পৰিণাম আটাইতকৈ বেছি ?

উত্তৰ: এছিয়া


11. পৃথিৱীৰ কিমান এলেকা পানীৰে আৱৰি আছে ?

উত্তৰ: ৯৭ % ( প্রায় )


12. পৃথিৱীৰ কিমান প্ৰকাৰৰ খনিজ ধাতু পােৱা যায় ?

উত্তৰ: ৮৮ প্ৰকাৰৰ


13. এনথ্রাচাইট কয়লা ভাৰতৰ কোন ৰাজ্যত পােৱা যায় ?

উত্তৰ: জম্মু কাশ্মীৰত


14. বিশ্বৰ কোনখন দেশত আটাইতকৈ বেছি খনিজ তেল পােৱা যায়? 

উত্তৰ: চৌদি আৰব ।


15. কোনবিধ খনিজ পদার্থক ক'লা হীৰা আখ্যা দিয়া হয় ?

উত্তৰ:  কয়লা ।


16. পণীয়া সােণ ’ বুলিলে কোনবিধ খনিজ পদার্থক বুজা যায় ?

উত্তৰ: খাৰুৱা তেল ।


17. চিপকো আন্দোলন কেতিয়া সংঘটিত হৈছিল ?

উত্তৰ: ১৯৭৩ চনত (কিছুমানত ১৯৭২ আছে)


18. মাইকা উৎপাদন আৰু ৰপ্তানিত ভাৰতৰ স্থান কি ?

উত্তৰ: প্রথম


19. Pollution ' ( প্ৰদূষণ ) শব্দটো কি ভাষাৰ পৰা আহিছে ?

উত্তৰ: লেটিন '


20. বাঘক ‘ বিপন্ন প্রাণী ’ হিচাপে কেতিয়া ঘােষণা কৰা হয় ?

উত্তৰ: ১৯৬৮ চনত


21. কোনটো চন আন্তর্জাতিক জলবর্ষ হিচাপে পালন কৰা হৈছে 

উত্তৰ: ২০০৩ চন


22. ভাৰতত ব্যাঘ্র প্রকল্প কেতিয়া আৰম্ভ কৰা হয় ?

উত্তৰ: ১৯৭৩ চনত


23. মেলেৰিয়াৰ মহৌষধ ‘ কুইনাইন ’ কিহৰ পৰা প্রস্তুত কৰা হয় ?

উত্তৰ: চিনকোণাৰ পৰা

Post a Comment

0 Comments