অসমীয়া কুইজ || চলচ্চিত্ৰ জগত || Flim Quiz in Assamese

অসমীয়া কুইজ || চলচ্চিত্ৰ জগত || Flim Quiz in Assamese


১) কোন পিতা-পুত্ৰই দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল ? 

উত্তৰ: পৃথ্বীৰাজ কাপুৰ আৰু ৰাজ কাপুৰে ।


২) ভাৰতৰ প্ৰথম চিনেমা হলটোৰ নাম কি ?

উত্তৰ: " এলফিনষ্টোন পিকচাৰ পেলেচ , কলিকতা ।


৩) কোনখন ভাৰতীয় চিনেমা প্ৰথম বিদেশত প্ৰদৰ্শন কৰা হৈছিল ?

উত্তৰ: হিমাংশু ৰয়ৰ ছবি " লাইট অব্ এছিয়া " ১৯২৬ চনত ।


৪) ভাৰতীয় কথাছবিৰ প্ৰথম শব্দ সংযোগ কৰা আংশিক সবাক ছবি কি কি ?

উত্তৰ: বাসু চেটাৰ্জীৰ ৰজনীগন্ধা , চীতচোৰ ।


৫) একেবাৰে পুৰুষ চৰিত্ৰ বৰ্জিত মাথো নাৰী চৰিত্ৰৰ ছবিখন কি ? 

উত্তৰ: ৰুক্মাৱতী কি হাভেলি ।


৬) ভাৰতৰ প্ৰথম কাৰ্টুন ছবিখনৰ নাম কি ? 

উত্তৰ: বাবু ।


৭) ভাৰতীয় চিনেমাৰ প্ৰথম সংগীত পৰিচালক কোন আছিল ? 

উত্তৰ: ফিৰোজ ছাহ মিস্ত্ৰি । ছবি আলম্ আৰা ।


৮) আটাইতকৈ বেছি গীত থকা চিনেমাখনৰ নাম কি? 

উত্তৰ: ইন্দ্ৰসভা । ৭১ টা গীত আছে ।


৯) ৰূপালী জয়ন্তী উৎসৱ পালন কৰা প্ৰথম ভাৰতীয় ছবি কোনখন ? 

উত্তৰ: বাগদাদ কি চোৰ ।


১০) ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাত প্ৰথম নিৰ্মিত ছবিখনৰ নাম কি ?

উত্তৰ: দ্যা কোৰ্ট ডান্সাৰ ।


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।