অসমীয়া সাধাৰণ জ্ঞানৰ কুইজ || General Knowledge Quiz in Assamese

সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || নতুন কুইজ || Assamese GK Quiz

General knowledge Quiz in Assamese Language


১) Dead Sea কোন দুখন দেশৰ মাজত অৱস্থিত?
উ:- জৰ্ডান আৰু ইজৰাইল ।

২) Bermuda triangle নামৰ ৰহস্যময় ঠাই খন কোন খন মহাসাগৰত অৱস্থিত?
উ:- আটলাণ্টিক মহাসাগৰ ।

৩) কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয়?
উ:- চুইজাৰলেণ্ড ।

৪) সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক জনা যায়?
উ:- জাপান ।

৫) বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায়?
উ:- ভূটান ।


🔴 Online Quiz Test দিবলৈ ইয়াত ক্লিক কৰক


৬) আটাইতকৈ বেছি দেশ থকা মহাদেশ খনৰ নাম কি?
উ:-আফ্ৰিকা ।

৭) শুকুলা হাতীৰ দেশ বুলি কোনখন দেশক জনা যায়?
উ:-থাইলেণ্ড ।

৮) বিশ্বত মুঠ কেইখন মহাসাগৰ আছে?
উ:- ৫ খন ।

৯) বিশ্বত মুঠ কেইখন মহাদেশ অৱস্থিত?
উ:- ৭ খন ।

১০) হাজাৰ হ্ৰদৰ দেশ বুলি কোনখন দেশক জনা যায়?
উ:- ফিনলেণ্ড।

১১) কোন খন ঠাইক পৃথিৱীৰ মধুচ বুলি কোৱা হয়?
উ:- পামিৰ মালভূমি ।

১২) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটো কি?
উ:- গ্ৰীণলেণ্ড ।

১৩) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ক্ৰান্তীয় বৰ্ষাৰণ্য খনৰ নাম কি?
উ:-আমাজান ।

১৪) অসমৰ কোনখন ঠাইক পূবৰ আমাজান বুলি কোৱা হয়?
উ:- দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান।

১৫) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হোৱাৰ সময়ত মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান আছিল?
উ:- ৫১ খন ।

১৬) কিমান চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল?
উ:- ১৯৪৫ চনৰ ২৪ অক্টোবৰ ।

১৭) পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল পৰ্বতমালা কি?
উ:- এণ্ডিছ ।

১৮) পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ পৰ্বতমালা কি?
উ:- হিমালয় ।

১৯) কোন খন দেশক 'Battle ground of Europe' বুলি কোৱা হয়?
উ:- বেলজিয়াম ।

২০) Mount Etna, এটা সক্ৰিয় আগ্নেয়গিৰি বিশ্বৰ কোনখন দেশত অৱস্থিত?
উ:- ইটালী ।

২১) ঐতিহাসিক চহৰ মাচু পিচ্চু বিশ্বৰ কোনখন দেশত অৱস্থিত?
উ:- পেৰু ।

২২) কি নদীৰ পাৰত লণ্ডন চহৰ অৱস্থিত?
উ:- টেমছ ।

২৩) পৃথিৱীৰ কোনখন মহাদেশত মৰুভূমি নাই?
উ:- ইউৰোপ ।

২৪) ফ্ৰান্সৰ ৰাজধানী কি?
উ:- পেৰিছ ।

২৫) কোনখন দেশত আটাইতকৈ বেছি হ্ৰদ অৱস্থিত?
উ:- কানাডা ।

২৬) ইমু চৰাই কোনখন দেশত পোৱা যায়?
উ:- অষ্ট্ৰেলিয়া ।

২৭) পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ জলপ্ৰপাতটোৰ নাম কি আৰু ই বিশ্বৰ কোনখন দেশত অৱস্থিত?
উ:- এঞ্জেল জলপ্ৰপাত আৰু ই ভেনেজুৱেলাত অৱস্থিত।

২৮) পেৰিছ চহৰৰ মাজেৰে কি নদী বৈ গৈছে?
উ:- সেন (Seine) ।

২৯) Yellow stone ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত?
উ:- আমেৰিকা যুক্তৰাষ্ট্ৰ ।

৩০) জাপানৰ আটাইতকৈ সুউচ্চ পৰ্বত শৃংগটোৰ নাম কি?
উ:- মাউন্ট ফুজি ।

৩১) আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়?
উ:- ৮ মাৰ্চ ।

৩২) বিশ্ব পৰিৱেশ কিমান তাৰিখে পালন কৰা হয়?
উ:- ৫ জুন ।

৩৩) শান্তিৰ নোবেল বঁটা কোন খন চহৰত প্ৰদান কৰা হয়?
উ:- অ'ছল' (Oslo) ।

৩৪) নোবেল বঁটা (শান্তিৰ নোবেল বঁটাৰ বাহিৰে) কোনখন চহৰত প্ৰদান কৰা হয়?
উ:- ষ্টকহ'ম ।

৩৫) ভাৰতবৰ্ষৰ প্ৰথম নোবেল বঁটা লাভ কৰা ব্যক্তি কোন?
উ:- ৰবীন্দ্ৰনাথ ঠাকুৰ ।

৩৬) ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বিষয়ত নোবেল বঁটা লাভ কৰিছিল?
উ:- সাহিত্য ।

৩৭) ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত নোবেল বঁটা লাভ কৰিছিল?
উ:- ১৯১৩ চনত ।

৩৮) কোনখন গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল?
উ:- গীতাঞ্জলি ।

৩৯) কিমান চনৰ পৰা নোবেল বঁটা প্ৰদান কৰা হয়?
উ:- ১৯০১ চন ।

৪০) কোনজন ব্যক্তিৰ নামানুসৰি নোবেল বঁটা প্ৰদান কৰা হয়?
উ:- আলফ্ৰেড ন'বেল ।

৪১) বৰ্তমান জনসংখ্যাৰ ফালৰ পৰা আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি?
উ:- নাইজেৰিয়া ।

৪২) ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয়?
উ:- ২২ এপ্ৰিল ।

৪৩) Diego Garcia বিশ্বৰ কোনখন মহাসাগৰত অৱস্থিত এটা দ্বীপ?
উ:- ভাৰত মহাসাগৰ ।

৪৪) নীল নদীৰ দান বুলি কোনখন দেশক জনা যায়?
উ:- ইজিপ্ত ।

৪৫) মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন?
উ:- ইউৰি গাগাৰিন ।

৪৬) পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশ খনৰ নাম কি?
উ:- ব্ৰাজিল ।

৪৭) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি?
উ:- প্ৰশান্ত মহাসাগৰ ।

৪৮) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ খনৰ নাম কি?
উ:- এছিয়া ।

৪৯) পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী খনৰ নাম কি?
উ:- নীল নদী ।

৫০) পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদী খনৰ নাম কি?
উ:- আমাজান ।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।