লক্ষ্মীনাথ বেজবৰুৱা কুইজ: Lakshminath Bezbarua Quiz (ATET) in Assamese

লক্ষ্মীনাথ বেজবৰুৱা কুইজ (ATET) Quiz


) ‘জুনুকাহৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ

) গল্প পুথি

) শিশু সাহিত্য

) হাস্য ৰসাত্মক নাটক

) কবিতা পুথি

- শিশু সাহিত্য

 

) ‘ভদৰীহল বেজবৰুৱাদেৱৰ-

) চুটি গল্প

) নাটক

) উপন্যাস

) উপন্যাসৰ চুটি গল্প

- চুটি গল্প

 

) ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তম অধিবেশনত সভাপতিত্ব কৰিছিল-

) লক্ষ্মীনাথ বেজবৰুৱা

) চন্দ্ৰ কুমাৰ আগৰৱালা

) হেম বৰুৱা

) বিৰিঞ্চি কুমাৰ বৰুৱা

- লক্ষ্মীনাথ বেজবৰুৱা

 

) 'পদুম কুঁৱৰী' কবিতা পুথিৰ ৰচক কোন?

) লক্ষ্মীনাথ বেজবৰুৱা

) চন্দ্ৰ কুমাৰ আগৰৱালা

)হেম বৰুৱা

) বিৰিঞ্চি কুমাৰ বৰুৱা

- লক্ষ্মীনাথ বেজবৰুৱা

 

) চিকৰপতি নিকৰপতিগ্রন্থৰ ৰচক কোন ?

) লক্ষ্মীনাথ বেজবৰুৱা

) হেম বৰুৱা

) চন্দ্ৰকুমাৰ আগৰৱলা

- লক্ষ্মীনাথ বেজবৰুৱা

 

) লক্ষ্মীনাথ বেজবৰুৱাক তলৰ কোন জন ব্যক্তিয়ে  ৰসৰাজ উপাধি প্ৰদান কৰিছিল ?

) হেম বৰুৱা

) চন্দ্ৰকুমাৰ আগৰৱালা

) ৰঘুনাথ চৌধাৰী

) নগেন্দ্ৰ নাৰায়ন চৌধুৰী

- নগেন্দ্ৰ নাৰায়ণ চৌধুৰী

 

অসমৰ জাতীয় সংগীতমোৰ আপোনাৰ দেশবেজবৰুৱা দেৱৰ অমৰ সৃষ্টি । সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আছিল এগৰাকী বিৰল প্ৰতিভাৰ আঁকৰ । ১৮৮৮ চনৰ পৰা ১৯২৯ চনলৈকে তেখেতে অসমীয়া সাহিত্যত এনে প্ৰভাৱ পেলাইছিল যে বহুতে এই সময়ছোৱাক'বেজবৰুৱাৰ যুগবুলি অভিহিত কৰে । ১৯৩৮ চনৰ ২৬ মাৰ্চত অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাটজনে ইহলীলা সম্বৰণ কৰে

 

- বাঁহীআলোচনীখন কোন চনত প্ৰকাশিত হয়?

উত্তৰ: ১৯০৯ চনৰ ডিচেম্বৰ মাহত

 

- বাঁহীআলোচনীখন কোনে সম্পাদনা কৰিছিল?

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই

 

-  ‘প্রতিমাখন সৰু কিন্তু নিভাঁজ সোণৰবুলি কোনে কৈছিল?

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই

 

- লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱন পৰা আৰম্ভ হয়?

উত্তৰ: ‘লিতিকাইনাটকৰ পৰা

 

- লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটখনৰ নাম কি আৰু এইখন প্রকাশ পাইছিল?

উত্তৰ: ‘লিতিকাই’, ১৮৯০ চনত, প্রথম বছৰজোনাকী

 

-  লক্ষ্মীনাথ বেজবৰুৱাৰলিতিকাইকোন শ্ৰেণীৰ নাটক?

উত্তৰ: ধেমেলীয়া (প্ৰহসন)

 

-  লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?

উত্তৰ: ‘পদুম কুঁৱৰী’, ১৮৯১ চন

 

- অসমীয়া চুটিগল্পৰ জন্মদাতা কোন?

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা

 

- প্রথম অসমীয়া চুটিগল্পটোৰ নাম কি?

উত্তৰ: ‘সেউতী’ (বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মতেভদৰী’)

 

- লক্ষ্মীনাথ বেজবৰুৱাৰসেউতীগল্পটো আৰু কেতিয়া প্ৰকাশ হৈছিল?

উত্তৰ: ‘জোনাকী চতুৰ্থ বছৰ চতুৰ্থ সংখ্যাত, ১৮৯২ চনৰ মেমাহত

 

- ভদৰীনামৰ বিখ্যাত অসমীয়া চুটিগল্পটোৰ গল্পকাৰজন কোন?

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা

 

- অসমীয়া চুটিগল্পই জন্ম লাভ কৰা আলোচনীখনৰ নাম কি?

উত্তৰ: ‘জোনাকী

 

- ফ্রয়েডীয় যৌন মনস্তত্বৰ ব্যাখ্যা দাঙি ধৰা বেজবৰুৱাৰ গল্পটো কি?

উত্তৰ: ‘পাটমুগী

 

- লক্ষ্মীনাথ বেজবৰুৱাৰ প্রথম গল্পটো কোনখন আলোচনীত প্ৰকাশ হৈছিল?

উত্তৰ: ‘জোনাকী

 

- লক্ষ্মীনাথ বেজবৰুৱাৰ প্রথম গল্প পুথিখনৰ নাম কি?

উত্তৰ: ‘সুৰভি’, ১৯০৯ চন

 

- লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পপুথি কেইখন আৰু কি কি?

উত্তৰ: চাৰিখন-

)‘সুৰভি’, 

)‘জোনবিৰি’,

) ‘সাধুকথাৰ কুকিআৰু ) কেহোকলি

 

- লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত চুটিগল্প পুথিখনৰ নাম কি?

উত্তৰ: ‘কেহোকলি

 

- কেহোকলিকোনে সম্পাদনা কৰিছিল?

উত্তৰ: অতুলচন্দ্ৰ হাজৰিকাই

 

- লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখন আৰু কি কি?

উত্তৰ: তিনিখন-

)‘বুঢ়ী আইৰ সাধু’, 

)‘ককাদেউতা আৰু নাতি ৰাআৰু 

)‘জুনুকা

 

- লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাট কেইখন আৰু কি কি?

উত্তৰ: চাৰিখন-‘লিতিকাই’ (১৮৯০), ‘নোমল’, ‘পাচনিআৰুচিকৰপতি নিকৰপতি’ (১৯১৩)

 

-  লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাট কেইখন আৰু কি কি?

উত্তৰ: তিনিখন-‘জয়মতী’, ‘বেলিমাৰআৰুচক্ৰধ্বজ সিংহ’ (১৯১৫)

 

- কবিতা হয় যদি হওঁক, নহয় যদি নহওঁকবুলি কবিতা ৰচনা কৰা কবি গৰাকী কোন?

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা

 

- লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?

উত্তৰ: ‘কদমকলি’, ১৯১৩ চন

 

-  লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?

উত্তৰ: ‘পদুমকলি

 

-  লক্ষ্মীনাথ বেজবৰুৱাই লোকগীতৰ আৰ্হিত ৰচনা কৰা দুটা কবিতাৰ নাম লিখা

উত্তৰ: ‘ধনবৰ আৰু ৰতনীআৰুমালতী

 

- লক্ষ্মীনাথ বেজবৰুৱাই কি ছদ্মনামেৰে ব্যংগ আৰু হাস্য ৰসাত্মক প্রবন্ধ লেখিছিল?

উত্তৰ: কৃপাবৰ বৰবৰুৱা

 

- কৃপাবৰী হাস্যৰস আৰু ব্যংগৰ প্ৰাধান্য থকা স্বত্বেও বেজবৰুৱা অসমীয়া চুটিগল্পৰ স্ৰষ্টাই নহয়, সার্থক দ্ৰষ্টা।কোনে কৈছিল?

উত্তৰ: ড০ নগেন শইকীয়াই

 

- প্রথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? ইয়াৰ ৰচক কোন?

উত্তৰ: ‘মোৰ জীৱন সোঁৱৰণ’, লক্ষ্মীনাথ বেজবৰুৱা

 

-  লক্ষ্মীনাথ বেজবৰুৱাই আৰু কেতিয়া অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল?

উত্তৰ: গুৱাহাটীত, ১৯২৪ চনত

 

- কলিকতাৰ পৰা 1889 চনত প্ৰকাশ পোৱা  'জোনাকী' কাকতৰ ত্ৰিমূৰ্তিৰ ভিতৰত এজন আছিল লক্ষ্মীনাথ বেজবৰুৱা এই কাকত খনেই  অসমীয়া সাহিত্যলৈ ৰমন্যাসবাদৰ ঢোল নমাইছিল

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।