খেলৰ কুইজ || ক্ৰীড়া কুইজ || Sports Quiz in Assamese

খেলৰ কুইজ || ক্ৰীড়া কুইজ || Sports Quiz in Assamese

খেলৰ কুইজ || ক্ৰীড়া কুইজ || Sports Quiz in Assamese


১) বিশ্বৰ পাঁচখন মহাদেশক বুজোৱা অলিম্পিকৰ প্ৰতীক বল পাঁচটাৰ ৰং কি কি ?

উত্তৰ: নীলা, হালধীয়া, ক'লা, ৰঙা আৰু সেউজীয়া।


২) বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধ কি ?

উত্তৰ: ধনুৰ্বিদ্যা বা আৰ্চাৰি।


৩) বিশ্বৰ আটাইতকৈ প্ৰাচীন খেল সমাৰোহটোৰ নাম কি ?

উত্তৰ: ' গ্ৰেটেষ্ট শ্ব ' অন দ্য আৰ্থ খ্যাত অলিম্পিক ।


৪) বিশ্বৰ বৃহত্তম ফুটবল খেলপথাৰ কোনখন ?

উত্তৰ: মাৰাকানা মিউনিচিপাল ষ্টেডিয়াম, ব্ৰাজিল ।


৫) বিশ্বকাপ ফুটবলৰ আয়োজক (FIFA) ফিফাৰ চৰকাৰী ভাষাটো  কি?

উত্তৰ: ফৰাচী ।


৬) বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ফুটবল খেলুৱৈ কোন ? 

উত্তৰ: ব্ৰাজিলৰ পেলে ( ক'লা মুকুতা বা Black Dimond ) ।


৭) বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ফুটবল প্ৰতিযোগিতা কি ?

উত্তৰ: ফিফাকাপ (FIFA CUP) ।


৮) বিশ্বকাপ ফুটবল কেতিয়া আৰম্ভ হয় ?

উত্তৰ: ১৯৩০ চনৰ জুলাই মাহৰ ১৩ তাৰিখ দেওবাৰে ।


৯) এছিয়াৰ কোন ঠাইত প্ৰথম অলিম্পিক অনুষ্ঠিত হৈছিল ?

উত্তৰ: জাপানৰ ৰাজধানী টকিঅ' ত ( ১৯৬৪ চনত ) ।


১০) অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন আছিল ? 

উত্তৰ: নীলিমা ঘোষ ( ১৯৫২ চনত )


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।