সাপে খুঁটিলে কি কৰিব! জানি লওঁক ।


সাপে খুঁটিলে  কি কৰিব! জানি লওঁক ।



ঔষধৰ নাম: injection antivenom

ঔষধৰ নামটো লিখি ৰাখক আপোনাৰ ডায়েৰিত। এজন মানুহৰ জীৱন বচাব পাৰিব | যদি কোনো মানুহক সাপে খুটি দিয়ে তেন্তে দেৰি নকৰি Antivenom ইনজেকশ্বন দিব লাগে | 

সাপে খুটিলে ঠিক কি কৰা উচিত আৰু কি কৰা উচিত নহয় জানো আহক...

উচিত :

* পোন প্ৰথমে অ্যাম্বুলেন্স মাতক ।

* যিজনক সাঁপে খুঁটিছে তেওঁক শান্ত কৰি এখন ঠাইত বহুৱাই দিয়ক। 

* বেচি উঠা নমা কৰিলে বিষ শৰীৰত সোনকালে বিয়পিব পাৰে | 

* ক্ষতস্থান পানীৰে পৰিস্কাৰ কৰক ।

* ক্ষত স্থানটো পৰিস্কাৰ কাপোৰৰে বান্ধি দিয়ক।

* চিকিৎসকৰ পৰামর্শ মতে দ্রুত এন্টিভেনম ইনজেকশ্বন দিব লাগিব |


অনুচিত:

* ক্ষতস্থানত বৰফ ঘহিব নালাগে ।

* ক্ষতস্থানটিক কাটিব নালাগে, তাতে শিৰা কটা যোৱাৰ সম্ভাৱনা থাকে।

* ক্ষতস্থান পৰা মুখেৰে ৰক্ত বাহিৰ নকৰিব |

* আহত ব্যাক্তিক ডাক্তাৰৰ পৰামর্শ অবিহনে কোনেও ঔষধ নাখাব 

* সাপে খুটুৱাৰ পিচত মদ নাখাব, শৰীৰত বিষ ক্ষিপ্ৰ গতিত বিয়পিব পাৰে | 

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।