অসমীয়া সাহিত্যৰ কুইজ || General Knowledge Quiz in Assamese


অসমীয়া সাহিত্যৰ কুইজ || Assamese GK Quiz



 🔻অসমীয়া ভাষাৰ প্ৰথম কাব্য-গ্ৰন্থখন কি?

→ ‘প্ৰহ্লাদ চৰিত’। কবি— হেম সৰস্বতী। অসমীয়া


🔻ভাষাৰ প্ৰথম গদ্য লেখক কোন?

→ ‘ভট্টদেৱ'। সম্পূর্ণ নাম- বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য। 


🔻প্ৰথম অসমীয়া ছপা পুথিখন কি?

→ ধর্মপুস্তক (১৮১৩)। লেখক — আত্মাৰাম শৰ্মা। ? 


🔻অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ লেখক কোন?

→ উইলিয়াম ৰবিনছন চাহাব।

নামঃ ‘গ্ৰামাৰ অব আছামিজ লেংগুৱেজ' (১৮৩৯)।


🔻অসম সাহিত্য সভাৰ প্রথম অধিবেশন ক'ত আৰু কোন চনত বহিছিল? 

→শিৱসাগৰত, ১৯১৭ চনৰ ডিচেম্বৰ মাহত বহিছিল।


🔻অসম সাহিত্য সভাৰ প্রথম অধিবেশনৰ সভাপতি কোন আছিল?

→ পদ্মনাথ গোহাঞিবৰুৱা (১৯১৭ চন) ?


🔻প্রথম অসমীয়া উপন্যাসখন (ঐতিহাসিক) কি? 

→‘ভানুমতী'। লেখক পদ্মনাথ গোহাঞিবৰুৱা (১৮৯০)।


🔻 জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্রথম উপন্যাসখন কি?

→‘মিৰি জীয়ৰী’ (লেখক—— ৰজনীকান্ত বৰদলৈ) (১৮৯৪)। 


🔻 প্রথম অসমীয়া ‘ছনেট' (Sonnet) টো কি আৰু কবিজন কোন?

→ ‘প্ৰিয়তমাৰ চিঠি’। কবি– হেমচন্দ্র গোস্বামী।


🔻 প্রথম অসমীয়া কথা কবিতাৰ ৰচক কোন?

→ যতীন্দ্ৰনাথ দুৱৰা।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।