Motivational Quotes By Abdul Kalam - in Assamese Language

আব্দুল কালামৰ বাণী || Motivational Quotes By Abdul Kalam - in Assamese Language


সপোন সেইটো

নহয় যিটো টোপনিত দেখে

সপোন হ'ল সেইটো যি সপোনৰ

পূৰণৰ বাবে টোপনি নাহে।



তুমি যদি তোমাৰ কামক চেলুট কৰা

তেনেহলে কাকো তোমাৰ চেলুট কৰিব নালাগে,

আৰু যদি তুমি তোমাৰ

কামক অসন্মান কৰা তেনেহলে

সকলোকে চেলুট কৰিব লাগিব।




জীৱন আৰু সময়

পৃথিৱীৰ শ্রেষ্ঠ শিক্ষক

জীৱন শিকাই সময়ক সঠিক ভাবে

ব্যৱহাৰ কৰিবলৈ,

আৰু সময় শিকাই জীৱনৰ মূল্য

দিবলৈ।




এখন ভাল কিতাপ

এশ ভাল বন্ধুৰ সমান,

কিন্তু এজন ভাল বন্ধু এটা

লাইব্রেৰীৰ সমান।




সফলতাৰ কাহিনী নপঢ়িবা

কাৰণ তাৰ পৰা অকল কাহিনীটোই পাবা,

ব্যর্থতাৰ কাহিনী পঢ়িবা তেনেহলে

সফল হোৱাৰ উপায় পাবা।




ছাত্র জীৱনত মই বিমানৰ পাইলট হ'ব

বিচাৰিছিলো, কিন্তু সেই সপোন 

পূৰণ নহল

হৈ গলো ৰকেট বিজ্ঞানী।



Motivational Quotes In Assamese



কঠিন কামত বেছি আনন্দ পোৱা যায়

সেই বাবে সফলতাৰ আনন্দ

পোৱাৰ বাবে

মানুহক কঠিন কাম কৰা উচিত।




সেই জন ভাল শিক্ষার্থী যিয়ে প্রশ্ন কৰে,

প্রশ্ন নকৰিলে কোনেওঁ শিকিব নোৱাৰে

শিক্ষার্থী বোৰক প্রশ্ন কৰাৰ

সুযোগ দিব লাগিব।




তিনি জন মানুহে পাৰে

এটা দেশ বা এটা জাতিক পৰিবর্তন কৰিব

তেওঁলোক হ'ল

মা, দেউতা, আৰু শিক্ষক।




জীৱনত সমস্যাৰ প্রয়োজন আছে

সমস্যা আছে বুলি

সাফল্যৰ আনন্দ ইমান।




ফেল কৰি হতাহ নহবা

ইংৰাজীত ফেল সব্দৰ অর্থ হ'ল

First Attempt In Learning

তাৰ মানে শিকাৰ প্রথম ধাপ,

বিফলতাই তোমাক সফল হোৱাৰ

ৰাস্তা দেখুৱাই দিব।




এজন বেয়া ছাত্র এজন দক্ষ শিক্ষৰ পৰা

যি শিকিব পাৰে,

তাতকৈ এজন ভাল ছাত্র এজন

বেয়া শিক্ষৰ পৰা বহুত বেছি শিকিব পাৰে।




কোনো এটা প্রশ্নৰ উত্তৰ বিচাৰি পোৱা নাই

চিন্তা নকৰিবা,

No সব্দৰ অর্থ হ'ল Next Opportunily

অর্থাৎ পৰবর্তী সুযোগ।




সপোন দেখিব লাগিব

সপোন না দেখিলে কাম কৰা

নাযায়।




প্রতিদিন এই চাৰিটা লাইন ক'ব,


১/ মই শ্রেষ্ঠ

২/ মই কৰিব পাৰো

৩/ ঈশ্বৰ মোৰ লগত আছে

৪/ মই জয়ী




কল্পনাৰ সাগৰত ডুবি নহয়

বাস্তৱতাৰ নৈত সাতুৰিব শিকক

তেহে জীৱনৰ লক্ষ্যত উপনীত

হ'ব পাৰিবা।




প্রকৃ্ত  অভাবী সেইজন

যিজন টকাৰ ধনী হলেও মনৰ

ধনী নহয়।




জীৱনত কিবা

এটা উন্নতি কৰিবলৈ  হ'লে

জ্ঞানীৰ লগত ঘুৰিবা মূ্র্খৰ

লগত নহয়।



সফল যেতিয়া হ'বা

তেতিয়া আনক সলনি কৰাৰ পৰিৱর্তে নিজক

সলনি কৰিবলৈ চেষ্টা কৰিবা।




তুমি তোমাৰ ভবিষ্যত

সলনি কৰিব নোৱাৰা, কিন্তু

তোমাৰ অভ্যাসক সলনি কৰিব পাৰা

আৰু অভ্যাসে তোমাৰ ভবিষ্যত 

সলনি কৰিবব।




যদি তুমি 

পৃথিৱীখন সলনি কৰিব বিচৰা

প্রথমে তোমাৰ পৰিয়ালটোৰ পৰাই

আৰাম্ভ কৰা।




ধৈর্য দুর্বলতাৰ প্রতীক নহয়

দুর্বলতাৰ প্রতীক হ'ল খং

ধৈর্য হ'ল শক্তিৰ প্রতীক।




মনত ৰাখিব,

অসফলতা অনাথ হয়, আৰু সফলতাৰ 

সম্পৰ্কীয় বহুত হয়।



বিফলতা অবিহনে কোনাে মানুহে 

সফলতা লাভ কৰিব নােৱাৰে।



কাৰােবাক হৰুৱাবলৈ সহজ।

কিন্তু কাৰােবাক জয় কৰাটো

অতন্ত্য কঠিন।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।